marquee

ADMISSION GOING ON..

slide

Thursday, 18 November 2021

🙏🏾"অসম সত্ৰ মহা সভা" তিতাবৰ শাখাই আয়োজন কৰা সত্ৰীয়া সংস্কৃতি দিৱসত শ্ৰী শ্ৰী পুৰণা কমলাবাৰী সত্ৰৰ পূজ্যপাত প্ৰভুঈশ্বৰ শ্ৰী শ্ৰী ভৱকান্ত দেৱ গোস্বামী আৰু ভাৰতবৰ্ষৰ B R Ambedkar Award প্ৰাপ্ত , শিল্পী পেঞ্চনাৰ, কথা সাহিত্যিক সোণাৰাম শৰ্মা বুঢ়াভকতৰ পৰা আমাৰ বিদ্যালয়ৰ কনমানিসকলে গায়ন-বায়ন পৰিৱেশন কৰি যি সন্মান আৰু আৰ্শীবাদ লাভ কৰিলে এইয়া আমাৰ বিদ্যালয়ৰ কাৰণে সৌভাগ্য 🙏🏾

 

 

No comments:

Post a Comment